Sunday, December 6, 2015

গো-লাইভ

আশেষ কষ্ট আৰু টেনচনৰ পিচত অহাকালি মোৰ ছ'ফটৱেৰটো নৰৱেত গো-লাইভ যাব। যিমানদূৰলৈ দেখা গৈছে, গো-লাইভ বিশেষ এটা মধুৰ আৰু মশৃণ নহব। এতিয়ালৈকে ইছু ওলাইয়েই আছে আৰু সেইবোৰ ফিক্স কৰি থকা হৈছে। ভাৰতত, ডুবাইত আৰু এজন ৰাছিয়াত ইছু বিলাক ফিক্স কৰি আছে। ফিক্সকেইটা হৈ গলেই মই আকৌ এটা ৰাউণ্ড চেক মাৰিব লাগিব।

ইফালে শ্ৰীমতি বঙাইগাওঁত ৰাসমেলা চোৱাত ব্যস্ত।