Friday, December 8, 2023

Madhu's wedding

After quite a long time, I attended a wedding (all through the night). If I exclude the weddings in my family, it has probably been more than a decade since I did so.

My sweet cousin Madhu got married yesterday. I had the privilage of attending the event in the beautiful village of Bishnupur, Madhu's home. In the days leading to the wedding, my mother was not doing well. For two days, she spent the days in bed because of pain. I still didn't quite make up mind to attend the wedding. But on the day of the wedding, she got better and advised me that I should attend the wedding. I hitched a ride with Tulika who was doing the makeup for Madhu. We reached the venue at 1 pm.

The festivities had already started there. It was overcast, though not chilly. I got to witness the helpful nature of the village when numerous people chipped in to help take the activies forward. All the rituals were carried out with great fanfare. 

To be cont.

ক্ৰেডিট কাৰ্ড আৰু সাধাৰণ জনতা

আজি বাইদেউয়ে কলে যে তাইক  এটা বেংকৰ পৰা ক্ৰেডিট কাৰ্ডৰ বাবে বাৰে বাৰে ফোন কৰি আছে। বাইদেৱে প্ৰতিবাৰেই অতি ভদ্ৰভাবে প্ৰত্যাখ্যান কৰি আহিছে। কিন্তু তথাপিও বেংকৰ পৰা ফোন কৰিয়েই আছে। বাইদেউ প্ৰায় উপায়বিহীন হৈ পৰিছে।

বাইদেউৰ নিচিনা অবস্থা বোধহয় বেছিভাগৰেই। আমাৰ মানত বেংক এটা গন্য-মান্য, আমোলাতান্ত্ৰিক প্ৰতিষ্ঠান। এনেকুৱা এটা ঠাই যত আমি আমাৰ আমাৰ প্ৰয়োজনত যাওঁ, সসন্মানে শাৰী পাতোঁ, আৰু কাম শেষহলে এটা স্বস্তিৰ নিশ্বাস পেলাই কৃতজ্ঞতাৰে ঘৰলৈ আহোঁ।

সেই বেংকেই যেতিয়া উপযাচি গ্ৰাহকক ফোন কৰে, তেতিয়া স্বাভাবিকতেই বেংকে প্ৰস্তাব কৰা নতুন বিত্তীয় পণ্যবিলাক প্ৰত্যাখ্যান কৰিবলৈ গ্ৰাহকজনে শংকা কৰে। আৰু এই শংকাৰ সুযোগ লৈ বেংকবিলাকে গ্ৰাহকবিলাকক নিত্য-নতুন বিত্তীয় পণ্য বিক্ৰী কৰি আহিছে। যেনে মিউছুৱেল ফাণ্ড, ইনছিওৰেঞ্চ ইট্যাদি। 

এনেকুৱা প্ৰিডেটৰি প্ৰথাবিলাকৰ বিৰুদ্ধে আৰ বি আইয়ে গ্ৰাহকক সজাগ কৰিবৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে। আৰ বি আইয়ে এনেকুৱা এটা মেছেজ দিব লাগে যে, বেংকে কোৱা সকলো কথা গ্ৰাহকে চালি জাৰি চোৱা উচিত আৰু প্ৰয়োজন সাপেক্ষহে নতুন বিত্তীয় পণ্য গ্ৰহণ কৰা উচিত।

Sunday, July 23, 2017

A deep sea submarine is looking for my morale

Saturday, May 20, 2017

Started with Tesseract


Right now, all the Assamese news papers that are available online are in image format (e.g. www.asomiyapratidin.in). This means they are not searchable. So I had this idea to convert the image based news paper to an actual text based news paper. So I started checking around for an optical character recognition tool (by which you can convert letters in an image to a text). Found that the best OCR tool for both training and using purposes is Tesseract OCR tool which is maintained by Google. So I checked in Tesseract library and found that Assamese is not supported by Tesseract.

So now my little idea has grown bigger and more work. I will have to train Tesseract in a new language first, and then use it to convert the images to text. Fortunately, Bengali is available as a library, so I will not have to remove the entire top layer, I will have to only retrain in only a few characters.

So much for today. Let's see how it goes. Got some office work too.

[Edit] The OCR tool is now available at https://ocr.jyotichoudhury.com

Sunday, April 30, 2017

Bihu! Bihu!

It's Bihu! This time, I am in not in Bongaigaon due to my visa renewal. So, I am trying to enjoy here right in Dubai. Listening/Watching the following tracks:

1. Mon sengeliya.: Janmoni 2007. Very old, almost the beginning of the VCD days. But my favourite Bihu dancer is here (not Shyamantika, the other one. I don't know the name). I've never seen a more elegant dancer.

2. Roi roi roti: Very catchy jojona. That day when I was going to Bhindeu's home I was smiling and singing "... তোমালোকৰ ঘৰলৈ, সদায় যাব পাৰো মই" :). Also very good sound mixing.

3. De de dheki de: Because it is the age of disco Bihu. Beautifully composed.

Saturday, April 22, 2017

After a long time (or probably the first time) having dinner at a fancy restaurant in Dubai. I am here at City center deira taking a break from my AX coding break, was passing by the PF Chang shop when I had this 'let's do it moment'. I am going for the drink Shanghai Sunrise and then the Emperor's meal. Decided to give much signature Dynamite Shrimps a pass

আদৰেৰ অমিয়দা হৰে জিঠাই আজি ৰাতিপূৱা ৬:৫০ত ইহলীলা সম্বৰণ কৰে।

জিঠাই (বাওঁফালে), মা আৰো নীলাভ (কোলাত)। আমাৰ ঘৰত বেৰাবা আহাতে দাদাই টোলা ফোটো
জিঠাইক মনত থাকিব মৰমীয়াল , ৰসাল আৰো খুহুতীয়া ব্যক্তিত্বৰ কাৰণে। জিঠাইৰ ঘৰ আমাৰ ঘৰেৰ প্ৰায় লগালগি আৰো আমাৰ ঘৰত মাহেৰ মূৰত বেৰাবা আহিছিল। জিঠাই আহিলে দাদা আৰো ময় কাম বন ছাড়িয়া গল্প কৰিবা ধৰং।

জিঠাইয়ে তেওঁৰ ৮ জনমান (সঠিকৈ নাজানো) সন্তানৰ লগতে তেওঁলোকৰ সতি-সন্ততিক এৰি থৈ গ'ল।

Saturday, April 8, 2017

ৰঙালী বিহু, ডুবাই, ২০১৭

যোৱা কিছুদিনৰ ব্যস্ততাৰ অন্তত, যোৱানিশা ডুবাইত ৰঙালী বিহু (২০১৭ বৰ্ষৰ)  উদযাপন হৈ গ'ল। এইবাৰ বিহুতলিৰ স্থান আছিল মেট্ৰপলিটান হোটেল । ইয়াৰ পূৰ্বৰ বৰ্ষৰ বিহুৰ অনুষ্ঠানসমুহ উদযাপন হৈছিল একেই মেট্ৰপলিটান হোটেলৰ ডেইৰা ব্ৰাঞ্চত। একেই একেই কম্পানীৰ বেলেগ হোটেলত হোৱা কাৰণে কেইজনমানৰ আহুকাল হ'ল।

আনবাৰৰ তুলনাত এইবাৰৰ বিহু আয়োজন কিছু অনুষ্টুপীয়া হ'ল, কিন্তু তথাপিও আয়োজকৰ প্ৰচেষ্টা শলাগিবলগীয়া। মূখ্য আকৰ্ষণ হিচাপে এইবাৰ আছিল অনুপম শইকীয়া আৰু ঋতিষা শৰ্মা। বিশেষকৈ অনুপম শইকীয়াই তেওঁৰ একালৰ জনপ্ৰিয় গীত সমূহেৰে শ্ৰোতাক বাৰুকৈয়ে আপ্লূত কৰে। আসাম টকছৰ প্ৰেজেন্টাৰ পাপুও তেওঁৰ এংকৰিংৰে অনুষ্ঠান উপভোগ্য় কৰি তুলিছিল।

মই এই বিহু উদযাপনৰ সাংষ্কৃতিক দিশটোত জড়িত আছিলোঁ। বিহুৰ সমবেত সংগীত আৰু আধুনিক গীতত অংশ লোৱাৰ উপৰিও মোৰ ঘৰতেই আখৰাবিলাক হৈছিল।

কিন্তু এই বিহু উদযাপনৰ সবাতকৈ আনন্দময় কথাটো হল যে প্ৰায় সকলো চিনাকী অসমীয়া মানুহকেইজনত বছৰটোৰ মুৰুকত এই বিহুতেই লগ পোৱা হয়। ডুবাইৰ এই অসমীয়া সমাজখন মোৰ সামাজিক জীৱনৰ এটা অংগ। আনটো অংগ হল ভিনদেউ আৰু অংকুৰহঁতৰ পৰিয়াল।


সমবেত সংগীতৰ দল - বাওঁফালৰ পৰা ক্ৰমে অংকিতা শৰ্মা, জুৰি ভট্টাচাৰ্য, জয়শ্ৰী বুজৰবৰুৱা, পদ্মলক্ষ্মী বৰুৱা, সষ্ঠি শৰ্মা, অভিজিত ভট্টাচাৰ্য, মই, কংকন আৰু আজহাৰ


Saturday, March 25, 2017

আকৌ বড়োলেণ্ড

We like sitting down and asking for stuff. And that's why just when relative peace has returned to the region, we are sitting down and asking for, again, the Bodoland. And conveniently, we are not asking it to our own leaders who settled for BTAD in 2003. We prefer to forget that and go back to square one. #আকৌবড়োলেণ্ড

Friday, March 24, 2017

Thunderstorm and rain in Dubai. It was such an adventure driving on the highways. I had the very familiar feeling of driving and riding in India in the dark with the very little light of the bike.