আদৰেৰ অমিয়দা হৰে জিঠাই আজি ৰাতিপূৱা ৬:৫০ত ইহলীলা সম্বৰণ কৰে।
জিঠাইক মনত থাকিব মৰমীয়াল , ৰসাল আৰো খুহুতীয়া ব্যক্তিত্বৰ কাৰণে। জিঠাইৰ ঘৰ আমাৰ ঘৰেৰ প্ৰায় লগালগি আৰো আমাৰ ঘৰত মাহেৰ মূৰত বেৰাবা আহিছিল। জিঠাই আহিলে দাদা আৰো ময় কাম বন ছাড়িয়া গল্প কৰিবা ধৰং।
জিঠাইয়ে তেওঁৰ ৮ জনমান (সঠিকৈ নাজানো) সন্তানৰ লগতে তেওঁলোকৰ সতি-সন্ততিক এৰি থৈ গ'ল।
![]() |
| জিঠাই (বাওঁফালে), মা আৰো নীলাভ (কোলাত)। আমাৰ ঘৰত বেৰাবা আহাতে দাদাই টোলা ফোটো |
জিঠাইয়ে তেওঁৰ ৮ জনমান (সঠিকৈ নাজানো) সন্তানৰ লগতে তেওঁলোকৰ সতি-সন্ততিক এৰি থৈ গ'ল।